বাক্সা: বাক্সা জিলা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ
পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত এতিয়ালৈ আটক
Baska, Baksa | Oct 17, 2025 বাক্সা জিলা কাৰাগাৰ চৌহদত অপ্ৰিতীকৰ পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত এতিয়ালৈ আটক কৰা হ'ল চাৰিজনকৈ লোকক। মুছলপুৰ আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি মুছলপুৰ আৰক্ষী থানাত ৰাখিছে। কাদেৰ আলী, ৰমীজ আলী, আহেলা মীঞা,আৰু চালামুন আলী মুছলপুৰ আৰক্ষীয়ে ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে আটাইকেইজনকে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।