কদম: চাউলধোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বিদ্যুতৰ খুঁটাত খুন্দিয়াই দুৰ্ঘটনাত পতিত এখন মটৰচাইকেল, থিতাতে নিহত হয় এজন
Kadam, Lakhimpur | Aug 11, 2025
লখিমপুৰ চাউলধোৱাত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিদ্যুতৰ খুঁটাত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় এখন মটৰ চাইকেল ।...