উত্তৰ গুৱাহাটী ভাগ: মদনপুৰৰ সমীপৱৰ্তী জালান আয়ৰন এণ্ড ষ্টিল কোম্পানীত কৰ্মৰত শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু,পৰিয়ালৰ ক্ষোভ প্ৰকাশ
North Guwahati Part, Kamrup | Aug 25, 2025
মদনপুৰ টোলগেটৰ সমীপৱৰ্তী জালান আয়ৰন এণ্ড ষ্টিল কোম্পানীত কৰ্মৰত অৱস্থাত এজন শ্ৰমিক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা...