বঙাইগাঁও ভাগ: ধুমুহা আৰু বৰষুণৰ ফলত নিউ বঙাইগাঁৱত পথৰ ওপৰত ভাগি পৰিল প্ৰকাণ্ড গছ, বিদ্যুৎ সেৱা কৰ্তন উক্ত অঞ্চলটোত
Bongaigaon Part, Bongaigaon | Jul 20, 2025
নিউ বঙাইগাঁওত পথৰ উপৰত ভাঙি পৰিল গছ। ধুমুহা আৰু বৰষুণৰ ফলত এই গছ ভাঙি পৰে পথৰ উপৰত। গছ ভাঙি পৰাৰ ফলত বিঘ্নিত হৈছে...