বাক্সা: ৪১ নং মানাস বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰাপেটা কলবাৰী নিৱাসী চন্দ্ৰকান্ত ঠাকুৰীয়া দেহাৱসান
Baska, Baksa | Sep 27, 2025 ৪১ নং মানাস বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰাপেটা কলবাৰী নিৱাসী চন্দ্ৰকান্ত ঠাকুৰীয়া দেহাৱসান। আজি চন্দ্ৰকান্ত ঠাকুৰীয়াৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিষয়ববীয়া আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।