বৰভাগ: মৌৰাত জগদ্ধাত্ৰী পূজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
নলবাৰীৰ মৌৰাৰ শতবৰ্ষ মহোৎসৱত বিভিন্ন কাৰ্য্যসূচী আয়োজন কৰিছে । আনহাতে জগদ্ধাত্ৰী পূজাৰ আজি মহাসপ্তমী ছয়দিনীয়াকৈ অনুষ্ঠিত পূজাস্থলীত সন্ধিয়া বিশ্বশান্তিৰ বাবে ৫ হাজাৰৰ অধিক বন্তি প্ৰজ্বলন কৰে।ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই ।ইফালে প্ৰাণৰ শিল্পীলৈ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীত পৰিবেশন কৰে।