ঢেকিয়াজুলি ভাগ: চিৰাজুলি সমবায় সমিতিৰ সভাগৃহত সমবায় সমিতিৰ ২০২৪/২৫ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়
সোমবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত চিৰাজুলি সমবায় সমিতিৰ সভাগৃহত সমবায় সমিতিৰ ২০২৪/২৫ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ উক্ত বাৰ্ষিক সাধাৰণ সভাত শোণিতপুৰ জিলাৰ বিভাগীয় বিষয়া মুকুট মহন্ত উপস্থিত থাকে ৷ উল্লেখ্য যে চিৰাজুলি সমবায় সমিতিৰ সভাপতি নমকৃষ্ণ মিত্ৰই সভাপতিত্ব কৰা উক্ত সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাজুলি সমবায় সমিতিৰ সম্পাদক গোলাপ বৰাই ৷ আজিৰ উক্ত সাধাৰণ সভাত প্ৰায় ৩ শতাধিক লোক উপস্থিত থাকে ৷