তেজপুৰ: মিছামাৰী আৰক্ষী থানাৰ ঠেকেৰাজুলি গাঁৱত সংঘটিত হল পথ দুৰ্ঘটনা, ঠেকেৰাজুলি গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাল বাহন
শোণিতপুৰ জিলাৰ অন্তৰ্গত মিছামাৰী আৰক্ষী থানা এলেকাৰ ঠেকেৰাজুলি গাঁৱত সংঘটিত হল পথ দুৰ্ঘটনা ৷ ঠেকেৰাজুলি গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমালে চাৰিচকীয়া বাহন ৷ উল্লেখ্য যে মিছামাৰী আৰক্ষী থানা এলেকাৰ ঠেকেৰাজুলি গাঁৱত তীব্ৰ গতিত অহা চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই সোমালে দ পুখুৰীত ৷ কথমপি প্ৰাণৰক্ষা বাহনৰ চালকৰ ৷