বাক্সা: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বাক্সা জিলাৰ এগৰাকী স্বয়ংসেৱক প্ৰণৱ কলিতাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক
Baska, Baksa | Oct 24, 2025 ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বাক্সা জিলাৰ এগৰাকী স্বয়ংসেৱক প্ৰণৱ কলিতাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ।