ৰঙিয়া ভাগ: ৰঙিয়াত ষ্টেচনৰ সমীপত উদ্ধাৰ বিশ্বনাথৰ এজন লোকৰ মৃতদেহ, ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লয়
Rangia Part, Kamrup | Aug 25, 2025
সোমবাৰে ৰঙিয়াত ষ্টেচনৰ সমীপত উদ্ধাৰ বিশ্বনাথৰ এজন লোকৰ মৃতদেহ। ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লয়। যদিও...