ডিফু: কাৰ্বি আংলঙত আম্বানি-আদানীক মাটি দিয়া-নিদিয়া সন্দৰ্ভত চিইএম তুলিৰাম ৰংহাঙক স্থিতি স্পষ্ট কৰাকলৈ ডিফুত কংগ্ৰেছৰ সংবাদমেল
Diphu, East Karbi Anglong | Sep 10, 2025
বুধবাৰে দিনৰ ১ মান বজাত ডিফুত জিলা কংগ্ৰেছে এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ শীৰ্ষ নেতা...