সোণাৰি: ধোদৰ আলি পুনৰ নিৰ্মাণৰ ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সোণাৰিত লোকনিৰ্মাণ বিভাগক নিৰ্দেশ প্ৰদান কৰিলে মন্ত্ৰী বিমল বৰাই
Sonari, Charaideo | Jul 26, 2025
ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ কাম ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লোকনিৰ্মাণ বিভাগ আৰু ঠিকাদাৰক নিৰ্দেশ প্ৰদান কৰিলে...