খুমটাই: ১০খন গাঁৱৰ সংলগ্ন তেলীশাল নভেটা পথৰ দূৰৱস্থা, এজাক বৰষুণতে পথৰ ওপৰেদি বাগৰে পানী, শালমৰামুখত গঞাৰ ক্ষোভ #jansamasya
Khumtai, Golaghat | Jul 4, 2025
১০খনকৈ গাঁৱৰ সংযোগী তেলীশাল নভেটা পথৰ দূৰৱস্থা। এজাক বৰষুণতে পথৰ ওপৰে বাগৰে পানী। শুক্ৰবাৰে দিনৰ ৩ বজাত শালমৰামুখত...