ডিমৌ: ৰজাবাৰী বকুলডুবা গাঁৱত এটা বিষাক্ত চকৰীফেটি সাপ উদ্ধাৰ,সৰ্প বন্ধু ৰমিজ আলীয়ে সাপটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰে
ৰজাবাৰী বকুলডুবা গাঁৱত শুক্ৰবাৰে এটা বিষাক্ত চকৰীফেটি সাপ উদ্ধাৰ,সৰ্প বন্ধু ৰমিজ আলীয়ে সাপটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়ে।ৰজাবাৰী বকুলডুবাৰ দুলেন বৰাৰ গৃহত শুক্ৰবাৰে সন্ধিয়া এটা বিষাক্ত ৰজাফেটি সাপ উদ্ধাৰ হয়।