ধেমাজি: গোগামুখ আৰু বৰদলনিত বিশ্ব পৰিৱেশ দিৱস উদযাপন, উপস্থিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ ইএম আৰু বৰদলনিৰ বিডিঅ'
Dhemaji, Dhemaji | Jun 5, 2025
আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস,গোগামুখ আৰু বৰদলনিত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়,বিজেপি দলৰ গোগামুখ মণ্ডলৰ উদ্যোগত...