সৰুপথাৰ: গেলাবিলত মৰেল পুলিচৰ ঘটনাত জড়িত শশাংক শ্ৰেষ্ঠক আছুৰ পৰা অব্যাহতি, বৰপথাৰত ঘটনাক ধিক্কাৰ গোলাঘাট আছুৰ সভাপতিৰ
Sarupathar, Golaghat | Aug 2, 2025
গেলাবিলত মৰেল পুলিচৰ ঘটনা, আছুৰ পৰা অব্যাহতি ঘটনাত জড়িত শশাংক শ্ৰেষ্ঠক। শনিবাৰে দিনৰ ১১ বজাত বৰপথাৰত ঘটনাক ধিক্কাৰ...