পলাশবাৰী: বিজয়নগৰৰ লাকী জুৱেলাৰ্চত চোৰে নিলে লক্ষাধিক টকাৰ সোণৰ সামগ্ৰী, গুৰুত্বপূৰ্ণ নথি-থকা এটা বেগ, ঘটনাস্থলীত উপস্থিত আৰক্ষী
Palasbari, Kamrup | Aug 6, 2025
বুধবাৰে দিন দুপৰতে সদাব্যস্ত বিজয় নগৰৰ মাজ মজিয়া থকা লাকী জুৱেলাৰ্চত চুৰিকাণ্ড। চোৰে লৈ গ'ল লক্ষাধিক টকাৰ সোণৰ...