গৰৈমাৰী: গৰৈমাৰীৰ আচলপাৰা-কানহাৰা সংযোগী জৰাজীৰ্ণ পথে জ্বলা কলা খুৱাইছে সহস্ৰাধিক লোকক, গৰৈমাৰীত ৰাইজৰ ক্ষোভ প্ৰকাশ
Goroimari, Kamrup | Jun 28, 2025
গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ আচলপাৰা - কানহাৰা বকো PWD পথ সংযোগী জৰাজীৰ্ণ পথে জ্বলা কলা খুৱাইছে সহস্ৰাধিক লোকক। বোকাময়...