চাবুৱা: ৩ দিন সন্ধানহীন সুমন মৰাণ ১ নং কৰ্দৈগুৰি গৃহত উপস্থিত হল বিধায়ক পোনাকণ বৰুৱা, বুজ ললে উদ্ধাৰ অভিযান
Chabua, Dibrugarh | Jun 1, 2025
নদীত জিঅ বেগৰ কাম কৰি ঘৰলৈ ঘুৰি অহা সময়ত নদীৰ সুঁতিত পৰি এতিয়া ৩ দিন সন্ধানহীন চাবুৱাৰ ১ নং কৰ্দৈগুৰি সুমন মৰাণ ।...