ধেমাজি: জিলা সদৰত লখিমী বেংকৰ কাৰ্যালয়ৰ সন্মুখত বেংকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে দুই জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
Dhemaji, Dhemaji | Aug 4, 2025
সোমবাৰে দিনৰ 12 বজাত জিলা সদৰত অৱস্থিত লখিমী বেংকৰ কাৰ্যালয়ৰ সন্মুখত দুই জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ ।প্ৰতিবাদৰ দাবী...