Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

গুৱাহাটী: বিহুৰ আনন্দ-উচাহৰ মাজতে মালিগাঁও চাটেল গেটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড, চোৰে নিলে বিহুৱান-থলুৱা আ অলংকাৰ

বিহুৰ আনন্দ-উচাহৰ মাজতে গুৱাহাটীৰ মালিগাঁও চাটেল গেটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ টিং ভাঙি প্ৰৱেশ কৰে দুৰ্বৃত্তই। চোৰে লুটিলে বিক্ৰীৰ বাবে অনা বিহুৰ বিভিন্ন বস্ত্ৰ, থলুৱা আ-অলংকাৰ। লগতে স্কুলীয়া বিভিন্ন পোছাকো লুটি নিলে চোৰে। ঘটনা সন্দৰ্ভত গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ। প্ৰায়ে অঞ্চলটোৰ দোকানত সংঘটিত হৈ আছে চুৰিকাণ্ড।