কোকৰাঝাৰ ভাগ: বাওখুংগ্ৰীত বিটিআৰৰ ইএম ৰঞ্জিত বসুমতাৰীৰ বাহিনীয়ে ভূমি পট্টা দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ কংগ্ৰেছ নেতা সুনীল নার্জাৰীৰ
Kokrajhar Part, Kokrajhar | Jul 28, 2025
বিটিচিৰ বাওখুংগ্ৰী সমষ্টিত বিটিআৰ ইএম ৰঞ্জিত বসুমতাৰী আৰু ইপিপিএল দলৰ বাহিনীয়ে ভূমি পট্টা দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছে...