গুৱাহাটী: ৰাজীৱ ভৱনত আৰম্ভ হৈছে কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক, উপস্থিত দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ
ৰাজীৱ ভৱনত আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক ।সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰথম খন PAC বৈঠক। বৈঠকত উপস্থিত AICC নেতা তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং।বিদায়ী সভাপতি ভূপেন বৰা, দেবব্ৰত শইকীয়াকে ধৰি PAC ৰ সদস্য সকল উপস্থিত বৈঠকত।