জনজাতিকৰনলৈ হোৱা প্ৰতিবাদত আৰক্ষীৰ বৰ্বৰতাক লৈ আছুৰ প্ৰতিক্ৰিয়া। শনিবাৰে হাজোত হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ অধিবেশনত অংশ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সাধাৰণ সম্পাদক সমীকৰণ ফুকণৰ।ধুবুৰীৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আছুৰ। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত এনে ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণ যোগ্য নহয়। ন্যায় আৰু ন্যায্য বিচাৰি প্ৰতিবাদ কৰাটো অপৰাধ হ'ব নোৱাৰে।