সোণাৰি: মথুৰাপুৰত বৈদ্যুতিক তাঁৰত লাগি এজনৰ মৃত্যু, নিজৰ ঘৰলৈ বিদ্যুৎ সংযোগ কৰিবলৈ চেষ্টা কৰোতে সংঘটিত হয় এই ভয়াবহ দূৰ্ঘটনাটো
Sonari, Charaideo | Aug 7, 2025
মথুৰাপুৰত বৈদ্যুতিক তাঁৰত লাগি এজন যুৱকৰ মৃত্যু।চৰাইদেউ জিলাৰ মথুৰাপুৰ নুনী ৰ্ফামৰ সমীপত বৈদ্যুতিক তাঁৰত লাগি অবিৰাম...