বোকাখাত: কাজিৰঙাত অৰণ্য পৰ্যটক নিবাসৰ লগতে পুনঃনিৰ্মাণৰত বনানী আৰু বনশ্ৰী পৰ্যটক নিবাসৰ কামৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী ৰঞ্জিত দাসে
Bokakhat, Golaghat | Jul 17, 2025
কাজিৰঙাত বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত উপস্থিত হৈ অৰণ্য পৰ্যটক নিবাসৰ লগতে পুনঃনিৰ্মাণৰত বনানী আৰু বনশ্ৰী পৰ্যটক...