গৰৈমাৰী: সোণতলীত বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰে পান-মছলা ভৰ্তি এখন ট্ৰাক, লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ জন লোকক
Goroimari, Kamrup | Jun 29, 2025
দেওবাৰে সোণতলীত বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰে পান-মছলা ভৰ্তি এখন ট্ৰাক। ট্ৰাকখনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ জন লোকক।...