সোণাৰি: অসমত কোনো কাৰণতে মিঞালেণ্ডৰ দাবী মানি লোৱা নহ'ব, সোণাৰিত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ মন্তব্য
Sonari, Charaideo | Jul 31, 2025
অসমত অসমীয়াৰ ৰাজত্বহে চলিব কোনো কাৰণতে মিঞালেণ্ডৰ দাবী মানি লোৱা নহ'ব। মিঞালেণ্ডৰ দাবী জনোৱা সকল বাংলাদেশলৈ যাওক।...