সোণাৰি: সাপেখাতীত ভয়ংকৰ দুৰ্ঘটনাত আহত হোৱা লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু, ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
Sonari, Charaideo | Jul 17, 2025
চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ ৫২ (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ অসম -অৰণাচল সীমান্তবৰ্তী বাৰেগাঁৱত কালি সন্ধিয়া এজন ব্যক্তিক মটৰ...