সৰুপথাৰ: 'মোৰ ঘনিষ্ঠ হোৱাৰ অৰ্থ এইটো নহয় যে অপৰাধ কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে', বৰপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্য
Sarupathar, Golaghat | Aug 2, 2025
মোৰ ঘণিষ্ঠ হোৱাৰ অৰ্থ এইটো নহয় যে ,অপৰাধ কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে।গেলাবিলৰ মৰেল পুলিচৰ ঘটনাৰ সন্দৰ্ভত বৰপথাৰত শনিবাৰে...