মঙলবাৰে পথ নিৰ্মাণক কেন্দ্ৰ কৰি নগৰবেৰা মেধিপাৰাত তীব্ৰ উত্তেজনা। এটা ৰাস্তাক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি। গাঁও পঞ্চায়ত সদস্যাৰ অজ্ঞাতে পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে ক্ষোভিত পঞ্চায়ত সদস্যা। পঞ্চায়ত সদস্যা আৰু স্থানীয় ৰাইজৰ মাজত হয় তীব্ৰ বাক বিতণ্ডা। গাঁও পঞ্চায়ত সদস্যাৰ অজ্ঞাতে কাম আৰম্ভ কৰাই লাগিল হাহাকাৰ। একাংশ ৰাইজৰ অভিযোগ পঞ্চায়ত সদস্যাই বন্ধ কৰি দিছে পথ নিৰ্মাণৰ কাম।