Public App Logo
Jansamasya
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
No video available

মাহমৰা: কচুমাৰীত দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা

Mahmora, Charaideo | Apr 6, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কচুমাৰী ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় ৰঙালী বিহু মহোৎসৱৰ সৌজন্যত, কচুমাৰী মণ্ডল সমিতিৰ উদ্যোগত আৰু দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত অনুষ্ঠিত হৈ থকা দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ আজি বিয়লি সফল সামৰণি পৰে ৷ এই সামৰণি অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱাৰ লগতে স্থানীয় বহুকেইগৰাকী সাংস্কৃতিক কৰ্মী, প্ৰশিক্ষকসকল আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে ৷