পশ্চিম ডিব্ৰুগড়: লেপেটকতাত জনৈক মেছ উপাধিৰ এগৰাকী যুৱতীয়ে বেংকৰ লোণ দিয়াৰ নামত শতাধিক লোকৰ পৰা বহু হাজাৰ টকা সৰলুকি কৰাৰ অভিযোগ
ডিব্ৰুগড়ৰ লেপেটকতা পুহৰলৈ আহিছে বেংকৰ লোণ দিয়াৰ নামত দালালৰ দপদপনি। শনিবাৰে বিয়লি ৪ বজাত অভিযোগ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী যুৱতীক ভাৰতীয় ষ্টেট বেংকৰ পৰা KCC লোণ দিয়াৰ নামলৈ লেপেটকতা অঞ্চলৰ শতাধিক লোকৰ পৰা লুটিলে লক্ষাধিক টকাৰ।