বিশ্বনাথ: কোঁচগাৱত শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ বাৰ্ষিক অধিবেশনৰ কাৰ্যালয় উদ্ধোধন আৰু প্ৰণিকা উন্মোচন, বিধায়কৰ অংশগ্ৰহণ
Biswanath, Biswanath | Jul 23, 2025
অহা ১৬, ১৭আৰু ১৮জানুৱাৰীত শ্ৰীমন্ত শঙ্কৰদেৱ নাম ধৰ্ম সমাজৰ পঞ্চদশ বাৰ্ষিক বিশ্বনাথ চাৰিআলিৰ মঘাই ওজা বিহুতলিত অনুষ্ঠিত...