নলবাৰী: লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ ন্যায় বিচাৰি চহৰত কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত
Nalbari, Nalbari | Jul 27, 2025
নলবাৰী ৰাজীৱ ভৱনৰ পৰা এটা প্ৰতিবাদী সমদল উলিয়াই নলবাৰী থানা চ'কলৈ যায় প্ৰতিবাদকাৰি কংগ্ৰেছৰ সমৰ্থক সকল।উল্লেখযোগ্য যে...