ছয়গাঁও: ছয়গাঁৱত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, মুখ্যমন্ত্ৰীৰ অত্যাচাৰ ৰাইজে ভুগি আছে, ৰাইজে ৰাহুল গান্ধীক ক'ব বিচাৰে বুলি উল্লেখ
Chhaygaon, Kamrup | Jul 13, 2025
দেওবাৰে ছয়গাঁৱত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ।...