সোণাৰি: সোণাৰিত পৌৰসভাৰ আজৱ কাণ্ডৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিক্ৰিয়া
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত পৌৰসভাৰ বিৰুদ্ধে দেওবাৰে ১০বজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।উল্লৈখ্য যে পৌৰসভাই দুমাহ পূৰ্বে নিৰ্মাণ কৰি উলিওৱা এটা পকী নলা বিজ্ঞান সন্মত নোহোৱাৰ বাবে পকী নলাৰে পানী ওলাই যোৱাৰ পৰিবৰ্তে নলাৰে পকী পথলৈ পানী সোমাই অহা বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে । সোনাৰি পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ বি পি চি পথৰ সংলগ্ন বাইপাছ পথটোৰ দুই কাষত কেইবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাত বিসংগতিৰ পৌৰসভাৰ বিৰূদ্ধে ৰাইজৰ প্ৰতিক্ৰিয়া