মৰাণ: মৰাণত মুষলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান, খোৱাং, শলমাৰী আদি ঠাইত কৃষি ভূমি লগতে বুৰিল বাট পথ
Moran, Dibrugarh | Aug 7, 2025
উজনিত বতৰে লৈছে কালৰূপ । পুৱতি নিশাৰে পৰা মুষলধাৰ বৰষুণ । মৰাণত বিভিন্ন প্ৰান্তৰত মুষলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি...