ঢেকিয়াজুলি ভাগ: অবৈধ অস্ত্ৰ-শস্ত্ৰৰ গোচৰত জড়িত থকা গোচৰত এগৰাকী যুৱকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত আৰক্ষীৰ
Dhekiajuli Part, Sonitpur | Jul 24, 2025
অবৈধ অস্ত্ৰ-শস্ত্ৰৰ গোচৰত জৰিত থকা গোচৰত এগৰাকী যুৱকক আটক কৰি বৃহস্পতিবাৰে দিনৰ ১২ বাজি ৪৫ মিনিটত ঢেকীয়াজুলি থানাত জেৰা...