বিশ্বনাথ: বিহালীত কালি নিশা পথ দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত ৩ আহত কৰা বাহন সহ পলাতক দুজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ।
Biswanath, Biswanath | Jul 18, 2025
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰীত যোৱানিশা এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাটোত এগৰাকী মেধা ছাত্ৰীৰ থিতাতে...