নগাঁও: শিলপুখুৰী গাঁৱত উদ্ধাৰ এটা মৃতদেহ,গাঁও খনৰ এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো,উপস্থিত আৰক্ষী,SDRF
Nagaon, Nagaon | Nov 19, 2025 শিলপুখুৰী গাঁৱত উদ্ধাৰ এটা মৃতদেহ।গাঁও খনৰ এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।স্থানীয় ৰাইজে মৃতদেটো প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলিত বৰিবজাৰ আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেটো ।উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই ।ইফালে বৰিবজাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰিক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে ।