ডিমৌ: ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে চাকৰিৰ পৰ অব্যাহতি বিচৰাৰ সন্দৰ্ভত ডিমৌত বিধায়ক সুশান্ত বৰগোহাঁইৰ মত
Dimow, Sivasagar | Jul 16, 2025
ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিক এগৰাকী দণ্ডাধীশে কৰা অপমানৰ বাবেই চাকৰিৰ পৰা চিকিৎসক গৰাকীয়ে অব্যাহতি...