দেৰগাঁও: 'বিধায়ক অখিল গগৈয়ে দেৰগাঁৱৰ বিধায়কক কেনেদৰে সন্মান দিব লাগে সেয়া জনা উচিত, বিৰোধ কথা উঠাই লওঁক', দেৰগাঁৱত অগপৰ সংবাদ মেল
Dergaon, Golaghat | Jul 22, 2025
বিধায়ক অখিল গগৈৰ মন্তব্যৰ বিৰোধীতাৰে মঙ্গলবাৰে দিনৰ ১১ বজাত দেৰগাঁৱত অগপৰ সংবাদমেল। দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ...