গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ আবাসত চুৰিকাণ্ড,বহু লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুট,ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী, চিআইডি
Guwahati, Kamrup Metropolitan | Jul 26, 2025
শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত থকা আবাসত চোৰৰ লুটপাত। চোৰে দুৱাৰ...