আমগুৰি: বিদ্যুৎ বিভাগৰ অকমণ্যতাৰ ফলত নামতিৰ কৰুণাসাগৰ তিনি আলিত অঘটন,বিদ্যু স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত এগৰাকী মহিলা
Amguri, Sivasagar | Jul 26, 2025
বিদ্যুৎ বিভাগৰ অকমণ্যতাৰ ফলত নামতিৰ কৰুণাসাগৰ তিনি আলিত শুক্ৰবাৰে অঘটন,বিদ্যু স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত এগৰাকী মহিলা...