পলাশবাৰী: পলাশবাৰীত পলাশবাৰী আৰক্ষীৰ তালাচীত আটক ২টা গাঞ্জা সৰবৰাহকাৰী,আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জা
Palasbari, Kamrup | Aug 4, 2025
সোমবাৰে পলাশবাৰীত পলাশবাৰী আৰক্ষীৰ তালাচীত আটক ২টা গাঞ্জা সৰবৰাহকাৰী। সৰবৰাহকাৰী দুজন ৰাহুল কলিতা, হীৰকজ্যোতি কলিতা।...