নগাঁও: ৰাইডঙীয়াৰ ফুলগুৰি গাঁৱত সংঘটিত হৈছে এক অদ্ভুত ঘটনা,গাঁওখনৰ মোহন পাটৰ আৰু কমল পাটৰৰ ঘৰত নিজে নিজে জ্বলি উঠিছে কাপোৰ
Nagaon, Nagaon | Nov 16, 2025 নগাঁৱৰ ৰাইডঙীয়াৰ ফুলগুৰি গাঁৱত সংঘটিত হৈছে এক অদ্ভুত ঘটনা । দেওবাৰে পুৱা প্ৰায় ৮ মান বজাত গাঁও খনৰ মোহন পাটৰ আৰু কমল পাটৰৰ ঘৰত নিজে নিজে জ্বলি উঠে কাপোৰ ।দিনৰ পোহৰতে কোনোৱা সময়ত আলনাত জ্বলিছে কাপোৰ, কোনোৱা সময়ত আকৌ জ্বলিছে বিছনাৰ কাপোৰ ।দাওঁ দাওঁকৈ এনেদৰে হঠাৎ কাপোৰ কানি জ্বলি উঠাত হাহাঁকাৰ পৰিবেশ পৰিয়ালটোৰ মাজত । এই চাঞ্চল্যকৰ কাপোৰ জ্বলা ঘটনাই ভয়ত আতংকিত