সৰুপথাৰ: উৰিয়ামঘাটত ৩য় দিনা বৃহৎ উচ্ছেদ অভিযান সম্পন্ন,মুখ্য সচিবৰ উপস্থিতিত খেৰবাৰীকে ধৰি ৫ অঞ্চলৰ ৭০০ঘৰ পৰিয়ালৰ বাসগৃহ উচ্চেদ
Sarupathar, Golaghat | Jul 31, 2025
উৰিয়ামঘাতত তৃতীয়দিনা বৃহৎ উচ্ছেদ অভিযান সম্পন্ন। মুখ্য সচিব এম.কে. যাদৱৰ উপস্থিতিত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজা...