গোলাঘাট: গেলাবিল কাণ্ডত জড়িতসকলক গ্ৰেপ্তাৰৰ দাবীত গেলাবিলত উত্তাল প্ৰতিবাদ ৰাইজৰ, থানা ঘেৰাও কৰিবলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী
Golaghat, Golaghat | Aug 2, 2025
গেলাবিল কাণ্ডত জড়িতক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে দিনৰ প্ৰায় ১ বজাত গেলাবিলত উত্তাল প্ৰতিবাদ ৰাইজৰ। থানা ঘেৰাও কৰিবলৈ ওলাই...