গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত শিক্ষকৰ টকাৰ বেগ চুৰি, সমগ্ৰ দৃশ্য বন্দী চিচিটিভিত, ভুক্তভোগীৰ আৰক্ষী থানাত গোচৰ ৰুজু
Goreswar Part, Baksa | Jul 3, 2025
গোৰেশ্বৰত বৃহস্পতিবাৰে দিনৰ ৪মান বজাত শিক্ষকৰ টকাৰ বেগ চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।হৰেশ্বৰ চৌধুৰী নামৰ বৃন্দাবন...